Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শংকৰদেৱৰ পবৱৰ্তীকালৰ সাহিত্য

কাৰ উপদেশমতে ভট্টদেৱে কথা ভাগৱত ৰচনা কৰিছিল?
ভট্টদেৱে কথাভাগৱত কেতিয়া ৰচনা কৰিছিল?
অসমীয়া গদ্য সাহিত্যৰ পথ প্রদর্শক কাক কোৱা হয়?
কথা ভাগৱত কোনে ৰচনা কৰিছিল?
ভট্টদেৱৰ পিতৃৰ নাম কি?
ভট্টদেৱে কেতিয়া ইহলীলা সম্বৰণ কৰে?
ভট্টদেৱৰ জন্ম কোন শতাব্দীত হয়?
ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্রন্থ দুখনৰ নাম লিখা।
ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?
ভট্টদেৱে কথা গীতাত কেইটা আৰু কি কি টীকাৰ আলোচনা কৰিছিল?
ভট্টদেৱৰ গ্ৰন্থ তিনিখনৰ নাম লিখা।
ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন কি কি?
গদ্য়ত ৰচিত দুখন চৰিত পুথি নাম উল্লেখ কৰা?
‘বাঁহী’ আলোচনী কোনে সম্পাদনা কৰিছিল?
শংকৰোত্তৰ যুগত ভট্টদেৱৰ গদ্যৰ বাহিৰে নতুন সাহিত্যিক ৰূপৰ সৃষ্টি হৈছিল। সেইবোৰ কি কি?
ভট্টদেৱৰ গদ্য়শৈলীৰ সাধাৰণ বৈশিষ্ট্য়সমূহ উল্লেখ কৰা?
বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাদেৱে বুৰঞ্জীসমূহক কেইটা শাখাত ভগাইছে?
প্ৰথম, দ্বিতীয়, আৰু তৃতীয় শ্ৰেণীৰ বুৰঞ্জীসমূহ উল্লেখ কৰা?
সামান্য হস্তিৰ ভাল লক্ষণসমূহ কি কি?