Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শংকৰদেৱৰ মহত্ত্বম সৃষ্টি 'কীৰ্ত্তন-ঘোষা'ৰ বিষয়ে এটি চমুটোকা লিখা।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'লঃ 'কীৰ্ত্তন ঘোষা' । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱত্তিত একশৰন নাম ধৰ্মৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তিধৰ্মৰ গুনানুকীৰ্ত্তনেৰে ভৰপুৰ কীৰ্ত্তন-ঘোষাত ৯ টা অধ্যায় আছে। সাহিত্যিক গুনেৰে সমৃদ্ধ কীৰ্ত্তন-ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা নিঃসৰন কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।

Write Your Answer