Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দকেইটাত কি কাৰণে 'ণ' হৈছে লিখাঃ- কণ্ঠ, পূৰ্ণ, প্ৰচণ্ড, সংকীৰ্ণতা, প্ৰণিপাত

কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ণ হয়।

পূৰ্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়।

প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ণ হয়।

সংকীৰ্ণতাঃ

প্ৰণিপাতঃ

Write Your Answer