Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।

হুয়া 一 হৈ

কহা 一 কোৱা

চক্ষু 一 চকু

কৰিলা 一 কৰিলে

চাঞো 一 চাও

মঞি 一 মই

বুলিলা 一 ক'লে

খাস 一 সহিপৰা

ফুঙ্কিলা 一 ফুকিলে

বাইলা 一 বজালে

ৰহিবে 一 ৰোৱা

ৰহো 一 ৰৈ থকা

Write Your Answer