মুমূৰ্ষুঃ অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয় স মূৰ্ধন্য ষ হয়।
দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হ'লে দন্ত্য স মূৰ্ধন্য ষ হয়।