Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দবোৰত মূৰ্ধন্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱাঃ (ক) সোণ (খ) ঘৃণা (গ) ঋণ

(ক) সোণঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য 'ণ' হয়।

(খ) ঘৃণাঃ একেটা পদতে থকা 'ঋ' আৰু 'ষ' পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।

(গ) ঋণঃ একেটা পদতে থকা 'ঋ' আৰু 'ষ' পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।

Write Your Answer