Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ (ক) আসি (খ) খেড়ি (গ) পুহাইল (ঘ) নুজুৰাই (ঙ) বিগুটিয়া (চ) কিসৰ

ক) আসি 一 আহি

খ) খেড়ি 一 খেলা

গ) পুহাইল 一 পুৱাল

ঘ) নুজুৰাই 一 জুৰ নপৰে

ঙ) হন্তে 一 পৰা

চ) বিগুটিয়া 一 ঠাট্টা কৰা

Write Your Answer