Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰাঃ (ক) হীনে-ঘিণে (খ) ধাৰে-ঋণে (গ) ঘৃণা-ঘৃণি (ঘ) জাহি-জাবৰ (ঙ) সাৰি-পুছি (চ) মলি-মামৰ

(ক) হীনে-ঘিণেঃ পৰৰ গোলাম হ'লে হীনে-ঘিণে সকলো কাম কৰিব লগা হয়।

(খ) ধাৰে-ঋণেঃ ব্ৰিটিছ সকলক অসমীয়া সকলে ধাৰে-ঋণে হ'লেও তেওঁলোকৰ চৰণত পূজা দিব লগীয়া হৈছিল।

(গ) ঘৃণা-ঘৃণিঃ আমি এজনে আনজনক ঘৃণা-ঘৃণি ভাৱে চাব নালাগে।

(ঘ) জাহি-জাবৰঃ জাহি-জাবৰ বোৰে ঘৰ লেতেৰা কৰে।

(ঙ) সাৰি-পুছিঃ ঝাড়ুৰে সাৰি-পুছি আমাৰ চাৰিওকাষ চাফ-চিকুন কৰা হয়।

(চ) মলি-মামৰঃ এটা সময়ত আমাৰ সমাজখন মলি-মামৰে ভৰি পৰিছিল।

Write Your Answer