Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখাঃ নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি, বিমঙ্গল, বান্ধৱ।

নিপুণ 一 পাকৈত সমীপ 一 নিকট, ওচৰত বিস্তৰ 一 বহুত সহস্ৰ 一 হাজাৰ সদৃশ 一 একে বাদ্য 一 বাজনা কৰ-চৰণ 一 ভৰিত ধৰা চৰ্ম 一 ছাল শ্ৰুতি 一 বেদ বিমঙ্গল 一 অমংগল বান্ধৱ 一 মিত্ৰ।

Write Your Answer