Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখাঃ- কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণু, কোপ, দশন, দুগ্ধ, ঈশ্বৰ

কৰ্ণঃ কাণ

অৰুণঃ সূৰ্য্য়

দধিঃ দৈ

বস্ত্ৰঃ কাপোৰ বদনঃ মুখ

লৱণুঃ মাখন

কোপঃ খং, ৰাগ

দশনঃ দাঁত

দুগ্ধঃ গাখীৰ

ঈশ্বৰঃ ভগৱান

Write Your Answer