Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দাৰ্থ লিখা।

যাহাকু, ধিয়ায়, নিগম, বিষয় বিকলে, শৰণ, ছোড়, মোহ পাশ

যাহাকু - যিজনক ধিয়ায় - ধ্যান কৰে। নিগম - নিগম শাস্ত্ৰ। বিষয় বিকলে - সাংসাৰিক দুখ। শৰণ - চৰণ। ছোড় - ছিঙি দিয়া। মোহ পাশ - মায়াৰ বন্ধন।

Write Your Answer