Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। কমলাপতি,  তিমিৰ ,  ডাকে,  ব্ৰজবধূ, শতপত্ৰ , ভ্ৰমৰ, ত্ৰিজগত

কমলাপতি - বিষ্ণু , ভগৱান
তিমিৰ - এন্ধাৰ।
ডাকে - মাতে
ব্ৰজবধূ - ব্ৰজধামৰ বোৱাৰী
শতপত্ৰ - পদুম
ভ্ৰমৰ - ভোমোৰা
ত্ৰিজগত - স্বৰ্গ , মত্য , পাতাল ।

Write Your Answer