জানিব খোজাৰ নতুন ঠিকনা
শ্বিৰীণ ইবাডি হ'ল ইৰাণৰ এগৰাকী নৱেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী।
ছাদ্দাম হুছেইনৰ সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে শ্বিৰীণ ইবাডিয়ে খোমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল যাৰ বাবে তেওঁক শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল। কিন্তু কঠোৰ পন্থিৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিৰ যি সংগ্ৰাম সেয়া লেখত ল'বলগীয়া। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ। তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য’ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল আদি। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰনুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল আৰু সেয়েহে তেওঁক শান্তিৰ নৱেল বঁটাৰে সন্মানিত কৰা হৈছিল।