Add Book Write Article
Cancel

শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

By uf9b861367c on 2 weeks ago
April 4, 2025, 1:25 p.m.

শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ'ল-১৯৯০ চনত 'অনুসন্ধান' উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্যক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।