Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শ্ৰীকৃষ্ণ-কীৰ্ত্তনত কেইটা চৰিত্ৰৰ সমাবেশ ঘটা দেখিবলৈ পোৱা যায়? আৰু চৰিত্ৰ কেইটা কি কি?

শ্ৰীকৃষ্ণ-কীৰ্ত্তনত তিনিটা চৰিত্ৰৰ সমাবেশ ঘটা দেখিবলৈ পোৱা যায়। চৰিত্ৰ কেইটা হল - কৃষ্ণ, ৰাধা আৰু বড়াই (বৰ আই)

Write Your Answer