Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

' শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?

' শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা ৷ ইয়াৰদ্বাৰা ভগৱানৰ কথা কোৱা হৈছে ৷

Write Your Answer