ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত উল্লেখিত 'শ্ৰদ্ধয়া দেয়ম্’ মানে হ'ল শ্ৰদ্ধাৰে দান কৰা আৰু 'অশ্রদ্ধয়া অদেয়ম্' মানে হ'ল অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয় এনেভাৱে দান কৰিব নালাগে। এনে ভাৱ দান কৰা -নকৰা সমান।