Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ষ্টুৰ্টভেণ্টৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো লিখা?

ষ্টুৰ্টভেণ্টৰ মতে, "ভাষা হ'ল যাদৃচ্ছিক বাগধ্বনি প্ৰতীকৰ এটা পদ্ধতি যাৰ যোগেদি এটা জনসমষ্টিৰ লোকে সহযোগিতা কৰে আৰু পাৰস্পৰিক কাৰ্য চলায়।

Write Your Answer