Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?

সৈনিকজনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে ৷ সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ ৷ আত্মাৰ যিদৰে মৰণ নাই, দেশৰ হকে প্ৰাণ ত্যাগ কৰা বীৰ সকলো মৃত্যুৰ পিছত অমৰত্ব লাভ কৰে ৷

Write Your Answer