সৈনিকৰ দেশ প্ৰেম 'এখন চিঠি’ কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ৷
By uf9b861367c on 1 week ago
April 4, 2025, 11:27 a.m.
'এখন চিঠি’ কবিতাটোত সৈনিক জীৱনৰ যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি আৰু দেশৰ প্ৰতি উৎসৰ্গিত জীৱনৰ মহত্ত্বও প্ৰতিভাত হৈছে ৷ সৈনিকৰ মৃত্যু স্বৰ্গীয় পাৰিজাত ফুল সদৃশ ৷ য’ত দেৱতাৰ আশীৰ্বাদ থাকে৷ভৱিষ্যত পুৰুষক সেই আদৰ্শৰদ্বাৰা উদ্বুদ্ধ কৰিবলৈও কবিতাটোৰ মাজেৰে প্ৰয়াস কৰা হৈছে ৷