Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৱে আগবঢ়োৱা তত্ত্বটো কি?

সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৰ মতে, সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে ৷ আমি মাথো ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব লাগিব ৷

Write Your Answer