Add Book Write Article
Cancel

স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহৰ নাম কি?

By u255f5c61b2 on 1 week ago
April 8, 2025, 2:52 p.m.

ক্ষীবোদ প্ৰসাদৰ 'পলাশীৰ প্রায়শ্চিত্ত', গিৰীশ ঘোষৰ 'চিৰাজউদ্দৌলা' আৰু 'মিৰ কাছিম', অমৃতলাল বসুৰ 'চাব্বাস বাঙালী', অমৰেন্দ্ৰ নাথ দত্তৰ 'বংগৰ অংগচ্ছেদ'।