Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?

'সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি মাতৃ যশোদাই পুত্র শ্ৰী কৃষ্ণক কৈছে। কাৰণ কৃষ্ণ হ'ল সকলোৰে আৰাধ্য। সেই আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে।

Write Your Answer