Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন 'ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা ৷

সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন 'ৰাজপথ’ কবিতাটিত প্ৰকাশিত হৈছে ৷ এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আনহাতে তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ শাৰী ৷

Write Your Answer