Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

হুইটনিৰ দ্বিতীয় গ্ৰন্থখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?

হুইটনিৰ দ্বিতীয় গ্ৰন্থখনৰ নাম হ'ল "Life and Growth of Language: An Outline of Linguistic Science. এই গ্ৰন্থখন ১৮৭৫ চনত প্ৰকাশ পাইছিল।

Write Your Answer