Add Book Write Article
Cancel

হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মাণ কৰা প্ৰথম অসমীয়া ছবি কোনখন?

By uf9b861367c on 2 weeks ago
April 4, 2025, 1:47 p.m.

২০১০চনত সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা কৰা ‘জাংফাই জোনাক’ নামৰ ছবিখনেই হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি ।