Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল?

ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই লগাই দি এৰি দিলে ৷ হনুমানে সেই জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে গোটেই লংকানগৰী পুৰি শেষ হয় ৷

Write Your Answer