Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

হেমন্ত কুমাৰ শৰ্মাই শিশু লীলাৰ গীত আৰু গোপী বিলাকৰ গীত কেই ভাগত বিভক্ত কৰিছে?

‘গোপী - কৃষ্ণৰ গীত‘সমূহক কামৰূপী লোকগীতৰ বিষয়বস্তু অনুসৰি হেমন্ত শৰ্মাই শিশু লীলাৰ গীত আৰু গোপী বিলাকৰ গীত এই দুই ভাগত বিভক্ত কৰিছে।

Write Your Answer