Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?

হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ দেখিলে যে টেণ্টবোৰ উৰুৱাই লৈ গৈছে বৰফৰ দৈত্যই আৰু বহুকেইজন পৰ্বতাৰোহীৰ সৈতে শ্বেৰ্পাৰ মৃত্যু হৈছে ৷ দুটা ভিন্ন অভিযানৰ দুগৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে ৷ এগৰাকী আছিল চীনা মহিলা চিকিৎসক ৷ তেওঁ স্ন’ফলৰ বাবে টেণ্টৰ ভিতৰত শ্লিপিং বেগৰ উমৰ মাজত সোমাই কিতাপ পঢ়াত ব্যস্ত থাকোঁতেই হিমানীয়ে মহিলাগৰাকীক থেকেচি থৈ যায়৷আনগৰাকী আছিল আমেৰিকান ব্যক্তি ৷ ১৯ গৰাকী পৰ্বতাৰোহীৰ ঘটনাস্থলীতত মৃত্যু হয় আৰু এজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয় ৷৫০ ৰো অধিক পৰ্বতাৰোহী আঘাতপ্ৰাপ্ত হয় ৷

Write Your Answer