Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি 'অসম এভাৰেষ্ট অভিযান'ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?

হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি 'অসম এভাৰেষ্ট অভিযান'ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ জমাৰিং,টিপ ট’ ক্লাইম্বিং আদি কৌশল অনুশীলন কৰিছিল ৷ পৰ্বতাৰোহণৰ বেছিক আৰু এডভান্স মাউণ্টেইনীয়াৰিঙৰ কৰ্ছত এইবোৰ কৌশল তেওঁলোকে শিকিছিল ৷সেইসময়ত তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰি ভাঁজ কৰি লৈ অলপ চাপৰি এভালেন্স পজিশ্যন লৈছিল ৷

Write Your Answer