Add Book Write Article
Cancel

‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?

By uf9b861367c on 2 weeks ago
April 4, 2025, 12:56 p.m.

ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত 'হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত ।