Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

হস্তিবিদ্যাৰ্ণৱ পুথি

'হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে ?
‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?
কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?
সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।
'হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?
'হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা ।
হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?
হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?
হস্তিগ্ৰন্থ বুলিলে কি বুজা?
ড° সূৰ্যকুমাৰ ভূঞাই কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল?
অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (১৯৫৩) সভাপতি কোন আছিল?
ড° সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
ড° সূৰ্যকুমাৰ ভূঞাৰ এখন চুটিগল্প পুথিৰ নাম লিখা ।
ড° সূৰ্যকুমাৰ ভূঞাৰ দুখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা ।
'বৃহৎ সংহিতা’ৰ ৰচক কোন?
পালকাপ্য মুনিৰ ‘হস্তি আয়ুৰ্ব্বেদ’ কি ভাষাত ৰচিত?
স্বর্গদেউসকলে শিৰবস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্ত্র বিধৰ নাম কি?
হস্তিবিদ্যাৰ্ণৱ পুথিখন কোনে ক'ৰ পৰা আনিছিল?
ব্যবহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যবহাৰিক সাহিত্য পুথিৰ নাম লিখা ।
ড° সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা।
হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া ।
‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।
হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।