Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

হীৰেন গোঁহাইয়ে ক’ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম কি?

হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম- 'Tradition and Paradise Lost’ ৷

Write Your Answer