Add Book Write Article
Cancel

হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 9:02 a.m.

হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হ’ল- 'সাহিত্যৰ সত্য', 'সমাজ আৰু সমালোচনা', 'সাহিত্য আৰু চেতনা', 'বিশ্বায়তন’, 'বন্দৰৰ কাল’, 'কালস্ৰোত আৰু কাণ্ডাৰী’, 'কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা', 'কীৰ্তন পুথিৰ ৰস বিচাৰ’, 'অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ ৷