Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কোৱা হৈছে?

'হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত লাচিত ফুকনক মাতুল ঘাতক নবী বুলি কোৱা হৈছে ৷ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল ৷

Write Your Answer