Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

কবিতাটিত কবিয়ে ‘আলোক-পূজাৰী প্ৰাণ’ বুলি জনতাক বুজাইছে। আজি জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদ্বয় হৈছে।ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকাশত সৌন্দর্য্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। সেয়ে কবিয়ে ‘আলোক-পূজাৰী প্ৰাণ’ কথাফাকিৰ অৱতাৰণা কৰিছে।

Write Your Answer