Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ৰচয়িতাসকলৰ নাম লিখা। 一 অর্থশাস্ত্র, হস্তিবিদ্যার্ণৱ, কীৰ্ত্তন, নামঘোষা, চোৰধৰা পিম্পৰা গুচোৱা, কালিয় দমন, ৰামবিজয়, কথাগীতা, ৰাজতৰঙ্গিনী, ভাৰত সম্ভেদ

(ক) অর্থশাস্ত্র 一 কৌটিল্য।

(খ) হস্তিবিদ্যার্ণৱ 一 সুকুমাৰ বৰকাইথ।

(গ) কীৰ্ত্তন 一 শংকৰদেৱ।

(ঘ) নামঘোষা 一 মাধৱদেৱ।

(ঙ) চোৰধৰা পিম্পৰা গুচোৱা 一 মাধৱদেৱ।

(চ) কালিয় দমন 一 শংকৰদেৱ।

(ছ) ৰামবিজয় 一 শংকৰদেৱ।

(জ) কথাগীতা 一 ভট্টদেৱ।

(ঝ) ৰাজতৰঙ্গিনী 一 কলহল।

(ঞ) ভাৰত সম্ভেদ 一 জৱাহৰলাল নেহৰু।

Write Your Answer