জানিব খোজাৰ নতুন ঠিকনা
ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাৰ শাৰীবোৰৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান শুনা যায় ৷ বন্ধ কোঠাৰ ভিতৰত কলেজীয়া ছোৱালীবোৰৰ বিৰহ-কাতৰ শুনিবলৈ পোৱা যায় ৷