Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা ৷

'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে সমাজৰ লাঞ্ছিত, নিঃস্ব, অৱহেলিত, শোষিত, গৃহহীন, বঞ্চিতসকলৰ বাবে যে শেষ আশ্ৰয়স্হলী ফুটপাথ তাকেই বুজাব বিচৰা হৈছে ৷

Write Your Answer