Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে?

'ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে ৷ কিয়নো এই শ্ৰেণীটোৱে গোটেই জীৱন ফুটপাথতে ভিক্ষা মাগি কটাবলগীয়া হয় আৰু ভিক্ষা নাপালে অনাহাৰে সেই ফুটপাথৰ বুকুতে আজীৱন শুই পৰে ৷

Write Your Answer