Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?

'ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ পাইছে ৷ য’ত সমাজৰ নিঃস্ব, শোষিত, অৱহেলিত, লাঞ্ছিতসকলৰ দুখ-ৰ্দুদশাৰ ছবি অংকন কৰা হৈছে ৷

Write Your Answer