Add Book Write Article
Cancel

ৰাজপথ

By uf9b861367c on 2 weeks ago
'অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা?
'ব্লেক আউট’ মানে কি?
ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?
'ৰাজপথ’ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
'ৰাজপথ’ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
'নচিকেতা’ কাৰ ছদ্মনাম?
'ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?
বিভিন্ন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?
ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?
ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?
ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?
'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে - বুজাই লিখা ৷
সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন 'ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা ৷
'ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে?
'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা: আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ চৰণাঘাত লভিছা ক’ত !
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা: পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ-সংগীত, ডবল তলিচা পৰা মেহগনি পালেঙত বিৰহ-কাতৰা কলেজ গাৰ্লৰ অলসায়িত দেহা ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা: আৰু তাৰ তলতেই ফুটপাথত (ধন্য তোমাৰ দয়া!) শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় কংকালৰ শাৰী ৷