Add Book Write Article
Cancel

ৰাজহুৱা আৱেদন পত্ৰ কাক বোলে?

By uf9b861367c on 1 week ago
April 10, 2025, 10:18 a.m.

কোনো দল, সংগঠন বা কোনো অঞ্চলৰ ৰাইজে সমূহীয়াকৈ কোনো সমস্য়া সন্দৰ্ভত সংশ্লিষ্ট পক্ষলৈ আৱেদন কৰিবলৈ ব্য়ৱহাৰ কৰা পত্ৰই হৈছে ৰাজহুৱা আৱেদন পত্ৰ।