Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন ?

১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত 'পিয়লি ফুকন' ছবিয়ে 'ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট' লাভ কৰা প্ৰথম অসমীয়া ছবি।

Write Your Answer