Add Book Write Article
Cancel

"ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ" এ উল্লেখ কৰা ১০ টা মূল্যবোধ কি কি?

By uf9b861367c on 2 weeks ago
April 5, 2025, 6:08 a.m.

"ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ" এ উল্লেখ কৰা ১০ টা মূল্যবোধ - সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম, সামাজিক দায়িত্ববোধ ৷