Add Book Write Article
Cancel

ৰাৱণক বিভীষণৰ সজ উপদেশ

By uf9b861367c on 2 weeks ago
মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?
সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
'অপ্ৰমাদী’ শব্দৰ অৰ্থ কি?
ইন্দ্ৰজিৎ কোন আছিল?
ৰাৱণৰ পত্নীৰ নাম কি আছিল?
'নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল?
'নাগপাশ’ কি? হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?
হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল?
শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?
উত্তম,মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?
বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?
কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা ৷
মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷
বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক কেনেধৰণৰ উপদেশ দিছিল?