Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বাক্য ৰচনা কৰাঃ- দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।

দশোদিশ- পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।

উপেক্ষিত - আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।

জৰাজীৰ্ণ - ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।

অমৃত - ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।

মোহ- মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।

Write Your Answer