Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
উদ্য়োগী হওঁ আহাঁ
লিংগ পৰিৱৰ্তন কৰাঃ শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।
উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিৰ লেখক কোন?
'উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো। সহজ হলেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা। সহজ নহয়।' কথাষাৰৰ বক্তা কোন?
দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?
এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?
এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য?
ইনল্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীক এই কোম্পানীটো প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আর্থিকভাৱে সহায় কৰিছিল?
'এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ'ব লাগিব'-বুলি শিক্ষকজনক কোনে সুধিলে?
« First
Previous
1
2