Add Book Write Article
Cancel

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

By u255f5c61b2 on 1 week ago
বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে "স্বৰাজ" বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।
স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
চমু টোকা লিখাঃ- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
চমু টোকা লিখাঃ মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা )
চমু টোকা লিখাঃ- নবাব ছলিমউল্লা
কোন সময়ছোৱাত বংগ বিভাজন হৈছিল?
বংগ বিভাজনৰ সময়ত কোন বিধায়ক গৱৰ্ণৰ পদত আছিল?
কেতিয়া 'বংগ প্ৰদেশ'ৰ গঠন হৈছিল?
বংগ বিভাজনৰ পিছত কোনটো আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হৈছিল?
বংগ, বিহাৰ আৰু উৰিষ্যা কেনেকৈ একত্ৰিত হৈছিল?
অসম নামৰ প্ৰদেশখন কেতিয়াৰ তাৰিখে গঠন কৰা হৈছিল?