Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
নৱগঠিত অসম প্ৰদেশৰ প্ৰথম মুখ্য আযুক্ত কোন আছিল?
১৮৬৬ খ্ৰীষ্টাব্দৰ উৰিষ্যাত কিমান মানুহে মৃত্যুক সাবটি ল'ব লগা হৈছিল?
বংগ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল?
১৮৭৪ খ্ৰীষ্টাব্দলৈকে অসম এলেকাৰ শাসন কোনে কৰা হৈছিল?
পূর্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কেনেকুৱা আছিল?
লর্ড কাৰ্জনে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ কি যুক্তি দাঙি ধৰিছিল?
বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল?
হাবার্ট ৰিজলীয়ে কাক কি লিখা চিঠিত বংগ বিভাজনৰ বিষয়ে উল্লেখ কৰিছিল?
বংগ ভংগৰ আঁচনীৰ দ্বাৰা ইংৰাজ শাসনৰ কোনটো লক্ষ্য সিদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল?
পূর্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী কি হব?
বংগ বিভাজনৰ কাৰ্যসূচী কেতিয়াৰ পৰা কাৰ্যকৰী হব বুলি ঘোষণা কৰা হৈছিল?
বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তোলাৰ কাৰণে কোন কেইজন চিন্তানায়ক সক্ৰিয় হৈছিল?
ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ উদ্দেশ্য কি আছিল?
বংগ বিভাজনৰ বিৰুদ্ধে প্রতিবাদৰ বাবে কিমান সংখ্যক স্বাক্ষৰ সংগ্ৰহ কৰা হৈছিল?
প্রথম প্রতিবাদী সভা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলনক কি নাম দিয়া হৈছিল?
সঞ্জীবনী পত্রিকাত কোনটো নিবন্ধ প্ৰকাশিত হৈছিল যি তীব্র আলোড়ন সৃষ্টি কৰিছিল?
ৰিপন কলেজৰ ছাত্রসকলে আন্দোলনত কেতিয়াৰ পৰা অংশ লোৱা আৰম্ভ কৰিছিল?
কলিকতাৰ কাছিম বজাৰৰ টাউন হলে কেতিয়া আৰু কাকৰ অধ্যক্ষত জনসভা অনুষ্ঠিত হৈছিল?
কবিগুৰে বংগবাসীলৈ কি আহ্বান জনাইছিল?
১৬ অক্টোবৰ, ১৯০৫ তাৰিখে কি বিশেষ দিৱস পালিত হৈছিল?
কোনটো সংগীত গাই হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰা হৈছিল?
বংগ ভংগৰ বিৰুদ্ধে ১৬ অক্টোবৰত কি আয়োজন কৰা হৈছিল?
স্বদেশী আন্দোলনৰ আৰম্ভণিতে কি দিশত সীমাবদ্ধ আছিল?
অৰবিন্দ ঘোষৰ মতে, বৰ্জনৰ অৰ্থ কি আছিল?
« First
Previous
1
2
3
Next
Last »